歌手头像-Bhupen Hazarika

O Bideshi Bandhu

音乐人: Bhupen Hazarika

供谱者:wexman
Strumming - DD-UDUD-DUDU

C     F  G/C 
অ’ বিদেশী বন্ধু, দুৰ্ভগীয়া
C     F  G/C
আজি কিয়নো বন্ধু অকলশৰীয়া
C     G
প্ৰতিধ্বনি শুন কান্দুনৰ 


.... INTERLUDE ....

C     G  C
প্ৰেমৰ সাগৰে জাহাজ মেলিলি
G      F
নেপালি কোনো বন্দৰ
C       F
সৰু চাকনৈয়াতে বন্দী হলি
G     C 
হেৰুৱালি তোৰ লংগৰ
C     F  G/C 
অ’ বিদেশী বন্ধু, দুৰ্ভগীয়া
C     F  G/C
আজি কিয়নো বন্ধু, অকলশৰীয়া


.... INTERLUDE ....


C     G   C
চিৰ সেউজতে চামেলি দেখি
G      F
অতি মনোমুগ্ধ কৰ
C     F    
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই
G       C 
চামেলি হ’ল গৈ পৰ
C     F  G/C 
অ’ বিদেশী বন্ধু দুৰ্ভগীয়া
C     F  G/C
আজি কিয়নো বন্ধু অকলশৰীয়া
添加到谱单
X

添加到谱单

《 O Bideshi Bandhu -- Bhupen Hazarika 》加入
◎ 选择已有谱单 创建新的

公开 (默认不公开,欢迎创建有意思的"公开谱单")

创建取消

推荐语(选填)

X

请先登录Chordog


忘记密码